অসম

মানকাছাৰত চোৰাং গৰুসহ দুজন আটক

প্ৰথম খবৰ,হাটশিঙিমাৰী: মানকাচাৰৰ সুখচৰ ভাৰত বাংলা সীমান্তত নিশা আৰক্ষীৰ অভিযান ৷ ৬ টা গৰুসহ ২ জন গৰু সৰ্বৰাহকাৰী নদীৰ মাজৰ পৰা গ্ৰেপ্তাৰ ৷ বাংলাদেশলৈ নদী সাঁতুৰি লৈ যোৱা অৱস্থাত গৰু চোৰাং সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে ৷

Related Articles

Leave a Reply

Close