অসম

মুকালমুৱাত নিচাজাতীয় দ্ৰৱ্য সহ দুজনক আটক

প্ৰথম খবৰ,মুকালমুৱা: মুকালমুৱাত বৃহৎ পৰিমানৰ নিচাজাতীয় দ্ৰৱ্য সহ দুজনক আটক ৷
মুকালমুৱাৰ ৰামপুৰৰ পৰা আটক দুই দ্ৰাগছ ব্যৱসায়ীক ৷ দ্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা প্ৰায় লক্ষাধিক টকাৰ নিচাজাতীয় ঔষধ জব্দ ৷
দ্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে নুৰ মহম্মদ আলী আৰু আব্দুছ ছামাত ৷ মুকালমুৱা আৰক্ষীৰ অভিযান অব্যাহত ৷

Related Articles

Leave a Reply

Close