অসম

মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰথম খবৰ,মৰাণ: মৰাণত ভয়াৱহ পথ দুৰ্ঘটনাত তিনিজন গুৰুতৰভাৱে আহত। AS04R-8238 নম্বৰৰ স্কৰপিঅ’ খনে মৰাণ টিখৰাইত নিমন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে। মেনন খান,স্বনীল ফুকনসহ আহত তিনিও জনৰ ঘৰ মৰাণৰ চেপনত।

Related Articles

Leave a Reply

Close