অসম

মৰাণত ৩ দুধৰ্ষ ইউ.পি.এল.এ সদস্য আটক

প্ৰথম খবৰ, মৰাণ: মৰাণত মহিলা সদস্যাসহ ৩ দুধৰ্ষ ইউ.পি.এল.এ সদস্য আটক । সদস্য কেইজনৰ নাম হৈছে বিজয় ইংতি, কাংৰু টেৰম্পি, লংৰি টেৰন। মৰাণৰ খেলমাটিৰ পৰা আটক কৰে সেনাবাহিনীয়ে । সদস্য কেইজনৰ পৰা ১ টা পইন্ট ২২ পিষ্টল, ১টা ৭.৬২ পিষ্টল, ১৩ টা সজীৱ গুলি আৰু ২ টা মেগজিন উদ্ধাৰ কৰা হয় ৷ আটাইকেইজনকে মৰাণ আৰক্ষী থানাত চমজাই দিয়ে সেনাবাহিনীয়ে।

Related Articles

Leave a Reply

Close