অসম

যোৰহাটত চলন্ত গাড়ীত যুৱতীক বলাৎকাৰৰ চেষ্টা দুই যুৱকৰ

প্ৰথম খবৰ,যোৰহাট : যোৰহাটত চাঞ্চল্যকৰ ঘটনা। চলন্ত গাড়ীত দুই যুৱতীৰ বলাৎকাৰৰ চেষ্টা দুই লম্পটৰ৷ চলন্ত গাড়ীৰ পৰা জঁপিয়াই কথমপি প্ৰাণৰক্ষা নিৰ্যাতিতাৰ ৷ যোৰহাট নগৰৰ পৰা গটঙা অভিমুখে এখন মেজিকত গৈ থকা অবস্থাত নিৰ্জন পথত যুৱতী দুগৰাকীক নিৰ্যাতনৰ চেষ্টা চলায় দুই যুৱকে। পাছত যুৱতী দুগৰাকী গাড়ীৰ পৰা জপিয়ই প্ৰাণ ৰক্ষা কৰে। স্থানীয় লোকে জনিব পাৰি নাজিম হুছেইন অাৰু ৰাজিবুদ্দিন অাহমদ নামৰ যুৱকদ্বয়ক কৰায়ত্ব কৰি অাৰক্ষীক চমজাই দিয়ে।

Related Articles

Leave a Reply

Close