অসমগ্ৰন্থ

লেখা আহ্বান

 

প্ৰথম খবৰ, হালাকুৰা :ধুবুৰী জিলাৰ হালাকুৰাৰ ‘মুক্তকণ্ঠ’নামৰ ফেচবুক আৰু হোৱাটএপছ সাহিত্য গোটৰ উদ্যোগত  জুন মাহত এখন দ্বি-ভাষিক মিনি আলোচনী প্ৰকাশ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে। সেইবাবে গোটৰ সভাপতি হীতেন্দ্ৰ নাথ ৰায় আৰু সাধাৰণ সম্পাদিকা অহনা ৰায়ে ধুবুৰী জিলাৰ উপৰিও অসমৰ বিভিন্ন ঠাইৰ পৰা নৱপ্ৰজন্মৰ লেখক-লেখিকাৰ লেখা আহ্বান কৰিছে। অসমীয়া আৰু ৰাজবংশী ভাষাত কবিতা, গল্প, প্ৰবন্ধ, কৌতুক, হাস্যৰস, গ্ৰন্থসমালোচনা আৰু লগতে অন্যান্য লিখনিসমূহ মে’ মাহৰ ৩০ তাৰিখৰ ভিতৰত জমা দিবলৈ অনুৰোধ কৰিছে । নৱপ্ৰজন্মৰ মাজত লেখা-মিলা কৰাৰ বাবে এয়া ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰথম প্ৰয়াস ।

লেখা পঠিওৱাৰ ঠিকনা-

ই-মেল=muktokontho190@gmail.com

ফেচবুক=মুক্তকণ্ঠ

হোৱাট এপছ=8724997423

7896792183

8876080816

অথবা ডাকৰ জৰিয়তে পঠিওৱাব পাৰিব-

Ratnadip Ray

Vill-Bidyardabri pt 5

PO-Mahamayahat

PS-Golakganj

Dist-Dhubri(Assam)

Pin-783335

Related Articles

Leave a Reply

Close