অসম

শিৱসাগৰৰ শিমলুগুৰিত ভয়ংকৰ অগ্নিকাণ্ড

প্ৰথম খবৰ, নাজিৰা: শিৱসাগৰ জিলাৰ শিমলুগুৰি নগৰত শনিবাৰে পুৱা ভয়ংকৰ অগ্নকাণ্ড সংঘটিত হয়। চাৰি খনকৈ দোকানত  সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ব্যৱসায়ীক প্ৰতিষ্ঠান কেইখনৰ সকলো সামগ্ৰী জুইত জাহ যায়।

Related Articles

Leave a Reply

Close