অসম

সংক্ষেপতে উচ্চতৰ মাধ্যমিকৰ ফলাফল

কলা শাখাত অৱতীৰ্ণ ১,৮৮,৬২৯ গৰাকী
প্ৰথম বিভাগত উত্তীৰ্ণ ১৯,৪৭৫ গৰাকী
দ্বিতীয় বিভাগত উত্তীৰ্ণ ৪৪,১৭০ গৰাকী
তৃতীয় বিভাগত ৭৪,৩৪৮ গৰাকী
মুঠ উত্তীৰ্ণৰ সংখ্যা ১,৩৭,৯৯৩ গৰাকী
কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭৩.১৬%
২০১৬ৰ উত্তীৰ্ণৰ হাৰ ৭৯.৯২%
২০১৫ৰ উত্তীৰ্ণৰ হাৰ ৭৪.০৭%
————————–
বিজ্ঞানত মুঠ অৱতীৰ্ণ ৩৬,৫১৬ গৰাকী
প্ৰথম বিভাগত উত্তীৰ্ণ ১৬,৩৮১ গৰাকী
দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৩,০৬৩ গৰাকী
তৃতীয় বিভাগত উত্তীৰ্ণ ২,০৪৯ গৰাকী
মুঠ উত্তীৰ্ণৰ সংখ্যা ৩১,৪৯৩ গৰাকী
বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৬.২৪%
২০১৬ৰ উত্তীৰ্ণৰ হাৰ ৯০.৯৬%
২০১৫ৰ উত্তীৰ্ণৰ হাৰ ৮৬.৭৬%
————————
বাণিজ্যত মুঠ অৱতীৰ্ণ ১৭,৪৭৮ গৰাকী
প্ৰথম বিভাগত উত্তীৰ্ণ ৩,৮০২ গৰাকী
দ্বিতীয় বিভাগত উত্তীৰ্ণ ৪,৮৮৯ গৰাকী
তৃতীয় বিভাগত উত্তীৰ্ণ ৫,৭৬৭ গৰাকী
মুঠ উত্তীৰ্ণৰ সংখ্যা ১৪,৪৫৮ গৰাকী
কমাৰ্চত উত্তীৰ্ণৰ হাৰ ৮২.৭২%
২০১৬ৰ উত্তীৰ্ণৰ হাৰ ৮৬.০১%
২০১৫ৰ উত্তীৰ্ণৰ হাৰ ৮১.৮২%

Related Articles

Leave a Reply

Close