অসম

সোণাৰিত NSCN(K) সদস্য আটক

প্ৰথম খবৰ,সোণাৰি: চৰাইদেউ জিলাৰ সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৰ নামতোলাত NSCN(K) গোটৰ এজন কেডাৰ আটক। সেনাৰ হাতত আটক হোৱা কেডাৰজন চাৰ্জেন্ট মেজৰ টেইফা কন্যাক বুলি সেনাৰ তথ্যত প্ৰকাশ। কেডাৰজনৰ পৰা এটা বটল গ্ৰেণেড, মবাইল ফোন আৰু ভালে সংখ্যক আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে সেনাই। ইফালে সমগ্র ঘটনাটো সেনাৰ পৰিকল্পিত নাটক বুলি একাংশ লোকে অভিযোগ উত্থাপিত কৰিছে।

Related Articles

Leave a Reply

Close