অসম

সৰুপেটাত তীব্ৰ বেগী ৰে’লে মহতিয়ালে এজনক

প্ৰথম খবৰ, শালবাৰী: সৰুপেটা ৰে’ল ষ্টেচনত দুৰ্ঘটনাত পতিত হৈ শোকাৱহভাৱে মৃত্যুক আকোঁৱালি ল’লে এজন ব্যক্তিয়ে । নামনিমুৱা অমৰনাথ এক্সপ্ৰেছ ৰেলগাড়ীয়ে মহতিয়াই যায় ব্যক্তিজনক । নিহত ব্যক্তিজন বাক্সাৰ আনন্দ বজাৰ কলবাৰীৰ লম্বা বড়ো (৫৫) বুলি জানিব পৰা গৈছে ।

Related Articles

Leave a Reply

Close