অসম

সৰুসজাইত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্ক, প্ৰথম খবৰ: বৰঝাৰৰ পৰা সৰুসজাই ষ্টেডিয়ামত বিমানবন্দৰেৰে উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সৰুসজাইত খন্তেক সময়ৰ পিছতে AIIMS ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। ৰিম’ট কনট্ৰ’লেৰে উন্মোচন কৰিব প্ৰধানমন্ত্রীয়ে। প্ৰধানমন্ত্রীক সম্বৰ্ধনা জনালে মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

Leave a Reply

Close