অসম

হোজাইত ন্যায়ৰ দাবীত এজন ব্যক্তিৰ অনশন

প্ৰথম খবৰ,হোজাই: হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চৌহদত ন্যায়ৰ দাবীত এজন ব্যক্তিৰ আমৰন অনশন ৷ ব্যক্তি জনৰ নাম মহম্মদ মিনাজ উদ্দিন ৷ ডবকা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ সপুৰ গাওঁৰ নুপুৰ বৰা (মণ্ডল)আৰু মহম্মদ কৰিম উদ্দিন (তৰনি)য়ে তেওঁৰ পৰা ঘোচ লোৱা বাবে দুই ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ দাবীত এই অনশন ৷ দুপৰীয়া ২ বজাৰ পৰা এতিয়ালৈকে এই অনশন অব্যাহত ৷

Related Articles

Leave a Reply

Close