অসম

ৰহাত ১৪৪ ধাৰা জাৰি

প্ৰথম খবৰ,ৰহা/চাপৰমুখ: AIIMSৰ বিৰুদ্ধে কাইলৈ ৰহাত প্ৰতিবাদ ৷ তাৰ বাবে নগাঁও জিলাত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ। আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বাহাল থাকিব ১৪৪ ধাৰা। দা-লাঠী লৈ ওলাব নোৱাৰিব কোনো লোক, সমবেত হ’ব নোৱাৰিব চাৰিজনকৈ অধিক, পথৰ কাষত ৰাখিব নোৱাৰিব ইটা-শিল ৷

Related Articles

Leave a Reply

Close