অসম

মেৰাপানীত পুনৰ নগাৰ সন্ত্ৰাস


প্ৰথম খবৰ,মেৰাপানী: গোলাঘাটৰ মেৰাপানীৰ গড়বস্তিত পুনৰ নগাৰ সন্ত্ৰাস। নিশা গুলী ফুটাই এই সন্ত্ৰাস নগাৰ। এই অঞ্চলত কেইবা দিন ধৰি নগাই অসমীয়া লোকৰ ওপৰত চলাই আহিছে বিভিন্ন ধৰণৰ অত্যাচাৰ। নিশা হোৱা লগে লগে নিৰাপত্তা অভাৱত ভোগে অসমীয়াই ৷ ঘটনাস্থলীত অসম আৰক্ষী উপস্থিত। উল্লেখযোগ্য যে অসম-নাগালেণ্ড সীমান্তত নিৰপেক্ষ বাহিনী CRPF আছে যদিও নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে।

Related Articles

Leave a Reply

Close