অসম

অভয়াপুৰীত আক্ৰাছুৰ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

প্ৰথম খবৰ, অভয়াপুৰী: জনজাতিকৰণ আৰু পৃথক ৰাজ্যৰ দাবীত আক্ৰাছুই জনোৱা ২৪ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে অভয়াপুৰীত ৷ বন্ধ হৈ পৰিছে অভয়াপুৰীৰ দোকান পোহাৰ ৷ অভয়াপুৰী চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৩১(খ) নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যান-বাহনৰ চলাচল বন্ধ আছে ৷ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে ৷

Related Articles

Leave a Reply

Close