অসম

অসমীয়া ভাষা নজনা বহিঃৰাজ্যৰ যুৱকক মৰাণৰ চৰকাৰী অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি ৰাজ্য চৰকাৰৰ

প্ৰথম খবৰ,মৰাণ: ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত মৰাণৰ সমীপৰ দুলিয়াবাম প্ৰাথমিক বিদ্যালয়ত অসমৰ বাহিৰৰ এজন যুৱকক অসম চৰকাৰে নিযুক্তি দিয়াত বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীসকলৰ বিপদত পৰিছে । যিহেতু অসম চৰকাৰে নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি দিয়া প্ৰজ্ঞা দট নামৰ শিক্ষকজনৰ ঘৰ নতুন দিল্লীত । অসমৰ স্থায়ী বাসিন্দা নোহোৱা যুৱক জনক ঠিকনা শেষত তিনিচুকীয়া বুলি উল্লেখ কৰি দেখুৱাইছে । এইয়া যুৱক জনৰ ঠিকনা আৰু শিক্ষাৰ প্ৰমাণ পত্ৰ চওক। বৰ্তমান শিক্ষকজন ডি এড শিক্ষাৰ বাবে ছুটি লৈ দিল্লীলৈ গৈছে ।

Related Articles

Leave a Reply

Close