অসম

অসৎ কাৰ্যত লিপ্তৰ অভিযোগত আছুৰ পৰা অব্যাহতি

প্ৰথম খবৰ,মংগলদৈ: দৰং জিলাৰ দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য কৈলাশ বৰুৱাক আছুৰ প্ৰাথমিক সদস্যৰ পৰা অব্যাহতি। দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কৈলাস বৰুৱাই মহাবিদ্যালয়ৰ সাজপাৰত অসৎ কাৰ্যত লিপ্ত হোৱা ফটো ছ’ছিয়েল মিডিয়াত প্ৰচাৰ হোৱাত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা তৎক্ষাণিক ভাৱে ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি দিয়ে বুলি সভাপতি নিৰঞ্জন শইকীয়াই জনাইছে।

Related Articles

Leave a Reply

Close