অসম

আজি ঢকুৱাখনাৰ ৰাজপথত হাজাৰ হাজাৰ মহিলাৰ হাতে হাতে মমবাতি

প্ৰথম খবৰ, ঢকুৱাখনা: অসমত নাৰী সুৰক্ষা দিয়া আৰু নাৰীৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰা দাবীত আজি ঢকুৱাখনা নগৰত মহিলা সমিতিৰ উদ্যোগত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মহিলা । অসমত যি দৰে ধৰ্ষণ জনিত ঘটনা সংঘটিত হৈছে এনে ঘটনাক কেন্দ্ৰ কৰি আজি ঢকুৱাখনা নগৰত হাতে হাতে মমবাতি লৈ নাৰীক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চৰকাৰ হায় হায় আদি শ্ল’গান দি উত্তাল পৰিৱেশ সৃষ্টি কৰে ।

 

Related Articles

Leave a Reply

Close