অসম

আজি ভোটদানৰ বাবে শতায়ু গৰকা দুগৰাকী বৃদ্ধাক এইদৰে হামৰেণ সমষ্টিৰ ১৭ নং ৰং কাৰ্বি প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হোৱাৰ মূহুৰ্তৰ দৃশ্য বন্দী হ’ল “প্ৰথম খবৰ”ৰ হামৰেণৰ সংবাদদাতা ৰেকিবুৰ ৰহমানৰ কেমেৰাৰ লেন্সত ৷

Related Articles

Leave a Reply

Close