অসম

উত্তৰ শালমাৰাত অচিনাক্ত বাহনে মহতিয়ালে অভয়াপুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰীক

প্ৰথম খবৰ, অভয়াপুৰী: আজি নিশা ১০.৪০ বজাত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা চকত অচিনাক্ত বাহনে মহতিয়াই নিয়ে অভয়াপুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী সঞ্জীৱ ৰায়ক ৷ অতি সংকটজনক অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰি ১০৮ সেৱাৰে চিকিৎসালয়ত ভৰ্তি কৰায় ৷ সঞ্জীৱ ৰায় নিজৰ দুচকীয়া বাহনেৰে আত্মীয়ৰ ঘৰৰ পৰা নিজ ঘৰ অভয়াপুৰীলৈ আহি আছিল ৷

Related Articles

Leave a Reply

Close