অসম

এবছুৰ টংলা-হৰিশিঙা পথ অৱৰোধ

প্ৰথম খবৰ,টংলা: ওদালগুৰি জিলাৰ টংলা-পানেৰী-হৰিশিঙা সংযোগী গড়কাপ্তানী পথটোৰ বিধ্বস্ত পথটোৰ পুনৰ নিৰ্মানৰ দাবীত আজি এবছুৰ হৰিশিঙা,পানেৰী আৰু টংলা আঞ্চলিক সমিতিৰ উদ্যোগত তথা আছাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক পুৰুষ-মহিলাৰ সহযোগত কঠালগুৰিত দুঘন্টীয়া পথ অৱৰোধৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

Related Articles

Leave a Reply

Close