অসম

ওদলগুৰিত কৃতি ছাত্ৰ-ছাত্ৰীক মন্ত্ৰীৰ সম্বৰ্দ্ধনা

প্ৰথম খবৰ,ওদালগুৰি: সদ্যঘোষিত হাইস্কুল শেষান্ত পৰীক্ষাত ওদালগুৰি সমষ্টিৰ পৰা প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক আজি ওদালগুৰিত আয়োজিত অনুষ্ঠানত ৰাজহুৱা ভাবে সম্বৰ্দ্ধনা জনোৱা হয়। ওদালগুৰি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰীৰ উদ্যোগত আয়োজন কৰা হয় এই সম্বৰ্দ্ধনা অনুষ্ঠানটি।

Related Articles

Leave a Reply

Close