অসম

ওদালগুৰি জিলাৰ ৰৌতাত বিশাল গণ সমাৱেশ

প্ৰথম খবৰ,টংলাঃ সুকীয়া বড়োলেণ্ড ৰাজ্যৰ দাবীৰ লগতে প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত থকা বড়োসকলৰ ৰাজনৈতিক অধিকাৰৰ দাবীত এবছুয়ে এনডিএফবি প্ৰগতিশীল আৰু পিপুল’চ জইন্ট একশ্বন কমিটি ফৰ বড়োলেণ্ড মুভমেন্টৰ সহযোগত আজি ওদালগুৰি জিলাৰ ৰৌতাত বিশাল গন সমাবেশ অনুষ্ঠিত কৰে ৷

Related Articles

Leave a Reply

Close