অসমশীৰ্ষ

কাকপথাৰ বৰডিৰাকত পথ দুৰ্ঘটনা, দুজনৰ মৃত্যু

প্ৰথম খবৰ, ডিৰাক: কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰডিৰাক মেডিকেল তিনিআলিত আজি দিনৰ প্ৰায় ১২ বজাত AS23BC3374 এখন টাটা মেজিক আৰু আৰ্মি গাড়ী মাজত মুখামুখি সংঘৰ্ষ হয়। এই পথ দুৰ্ঘটনাত দুজন ব্যক্তি থিতাতে নিহত হয়। নিহত ব্যক্তি কেইজন মাইঠং গাঁৱৰ পলাশ গগৈ (২০) আৰু দেৱজীত চেতিয়া (২৫) বুলি চিনাক্ত কৰা হৈছে ।

Related Articles

Leave a Reply

Close