অসম

কৃষকৰ সৈতে বাৰ্তালাপ ডিমাছা যুৱ সংঘৰ

প্ৰথম খবৰ, হাফলং: ডিমা হাছাওৰ খেতিয়ক সকলৰ সৈতে কৃষি সম্বন্ধীয় আলেচনা চক্ৰত মিলিত হয় স্থানীয় যুৱ সংঘৰ কৰ্মী সকলে। জৈৱিক সাৰৰ ব্যৱহাৰৰ দ্বাৰাই কেনেকৈ খেতিৰ পৰা লাভজনক হ’ব পাৰি সেই বিষয়ে বুজোৱা হয় উপস্থিত খেতিয়কসকলক। এই অনুস্থানটোত উপস্থিত থাকে শতাধিক খেতিয়ক।

Related Articles

Leave a Reply

Close