অসম

ক্ষেত্ৰীত চুৰি গাড়ী উদ্ধাৰ

প্ৰথম খবৰ, সোণাপুৰ: গুৱাহাটীৰ পৰা শ্বিলঙলৈ বুলি ভাড়া কৰি নি চালকক মাৰধৰ কৰি চুৰি কৰা গাড়ী এখন আজি ক্ষেত্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ হোৱা চুইফট জিজায়াৰ গাড়ীখনৰ নম্বৰ AS01EC-6105

Related Articles

Leave a Reply

Close