অসম

গোলকগঞ্জত পুনৰ ১৭ টা চোৰাং গৰু জব্দ কৰিলে আৰক্ষীয়ে

প্ৰথম খবৰ,গোলকগঞ্জ: ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মটেৰঝাৰৰ পৰা পুনৰ ১৭ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষীয়ে । জানিব পৰা মতে, গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ নিৰ্দেশ মৰ্মে থানা খনৰে সহকাৰী উপ-পৰিদৰ্শক কিশোৰ চৌধুৰীৰ নেতৃত্বত আৰক্ষী এটা দলে গোপন খবৰৰ ভিত্তিত বহিঃৰাজ্যৰ পৰা ধুবুৰী অভিমুখে নি থকা অবস্থাত মটেৰঝাৰৰ পৰা ১৭ টা চোৰাং গৰু জব্দ কৰে ।

Related Articles

Leave a Reply

Close