অসম

গোৱালপাৰাত চিপিআই এমৰ জিলা সম্পাদকৰ বাইক চুৰি

প্ৰথম খবৰ, গোৱালপাৰা: গোৱালপাৰাত চিপিআই এমৰ জিলা সম্পাদকৰ বাইক চুৰি। নিশা পৰিয়ালৰলোকৰ টোপনিৰ সুযোগ গ্ৰহণ কৰি চোৰে চুৰি কৰি নিয়ে তেওঁৰ চিবিজেদ বাইকখন। ঘটনা সন্দৰ্ভত গোৱালপাৰা সদৰ থানাত এজাহাৰ দাখিল কৰে সম্পাদকজনে।

Related Articles

Leave a Reply

Close