অসম

গোৱালপাৰা কাণ্ডক গৰিহণা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

প্ৰথম খবৰ, ৰূপহীহাট: গণতান্ত্রিক আন্দোলনক গুৰুত্ব নিদি হিটলাৰৰ শাসন অসম চৰকাৰৰ ভেৰোণীয়া পুলিচ বাহিনীৰ জৰিয়তে গোৱালপাৰাত গণতান্ত্রিক আন্দোলনক কবৰ দি অসম চৰকাৰৰে আন্দোলনকাৰীৰ ওপৰত লাঠিচালনা, গুলিচালনা কৰি এজন নিৰীহ লোকক হত্যা কৰা বুলি উক্ত ঘটনাক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উচিত তদন্তৰ দাবী জনাইছো । ডি ভোটাৰ সজাই ৰখাৰ বিৰুদ্ধে গোৱালপাৰা খাৰবোজাত সাধাৰণ জনতাই গনতান্ত্ৰিক আন্দোলন কৰিবলৈ যোৱাৰ অপৰাধত পুলিচে গুলীচালনা কৰি নিহত কৰা আন্দোলনকাৰী জনৰ নাম ইয়াকুব আলী ৷ চৰকাৰে প্রয়োজনীয় পদক্ষেপ লব লাগে অন্যথা সংগঠনটোৱে জংগী আন্দোলনৰ হুংকাৰ দিয়ে |

Related Articles

Leave a Reply

Close