অসম

গৌৰীপুৰত পুখুৰীত সন্ধানহীন হৈ থকা শ্ৰমিক আইনুল হকৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, গৌৰীপুৰ: শুক্ৰবাৰে বৰুৱাপট্টিত পুখুৰী চাফাই কৰি থকা অৱস্থাত সন্ধানহীন হৈছিল শ্ৰমিকজন। এছ ডি আৰ এফ বাহিনীয়ে তিনি চলাইছিল তীব্ৰ উদ্ধৰ অভিযান। আজি আবেলী প্ৰায় ৪.৩০ বজাত উদ্ধাৰ হয় শ্ৰমিক জনৰ মৃতদেহ।

Related Articles

Leave a Reply

Close