অসম

চতিয়াত ঈদ-ঊল-ফিতৰ উদযাপন 

প্ৰথম খবৰ, চতিয়া: আজি সমগ্র বিশ্বতে পালন কৰা হৈছে মুছলমান ধৰ্মাৱলম্বী সকলৰ পবিত্র ঈদ-ঊল-ফিতৰ। চতিয়াতো পালন কৰা হৈছে ঈদ-ঊল-ফিতৰ। আজি পূৱাৰে পৰা চতিয়াৰ ঈদগাহ মৈদানত সমবেত হয় মুছলিম ধৰ্মীয় লোকসকল। এই পৱিত্ৰ ঈদে সকলো জাতি জনগোষ্ঠীৰ মাজত থকা হিংসা, বিদ্বেষ আদি নাইকিয়া কৰি প্ৰেম আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অধিক কটকটীয়া কৰি তোলক তাৰেই কামনা কৰি সমূহীয়া নামাজ কৰে মুছলিম ধৰ্মীয় লোকসকলে।

 

Related Articles

Leave a Reply

Close