অসম

চামগুৰিত প্ৰধানমন্ত্ৰী উজ্জলা যোজনা আচনিৰ অধীনত বিনামূলীয়া গেছ বিতৰণ

প্ৰথম খবৰ,চামগুৰি: নগাঁও জিলাৰ চামগুৰি সোনাৰীবালিৰ বাবামনি ইন্ডেন গেছ এজেন্সিত প্ৰধানমন্ত্ৰী উজ্জলা যোজনা আঁচনিৰ অধীনত আজি ২৫০০ জন হিতাধীকাৰীৰ মাজত বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰা হয়। এই উদ্দেশ্যে এখন সভাৰো আয়োজন কৰা হয় । সমাজ সেৱক সঞ্জীৱ দাসগুপ্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন শিক্ষক জামালউদ্দিন আহমেদে । উক্ত বিনামূলীয়া গেছ বিতৰণ সভাখনত হিতাধীকাৰীসকলৰ লগতে স্থাানীয় ৰাইজ তথা গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close