অসম

ছয়গাঁৱত প্ৰতিবাদ

প্ৰথম খবৰ, ছয়গাঁও: ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰত প্ৰতিবাদ। অৰ্ধনগ্ন শ্ৰমিকৰ বিক্ষোভ মালিকী পক্ষৰ বিৰুদ্ধে। ৰৌচীনা উদ্যোগ লিমিটেডৰ বিৰুদ্ধে শ্ৰমিক আন্দোলন। দৰমহা, পি এফ, নিযুক্তি পত্ৰৰ দাবীত এই প্ৰতিবাদ।

Related Articles

Leave a Reply

Close