অসম

জংঘলৰ মাজত “শিশু সেউজ প্ৰকল্প”

প্ৰথম খবৰ, টীয়ক: কলীয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৭নং পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ অধীনৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি ৰ “শিশু সেউজ প্ৰকল্প” এতিয়া জংঘলেৰে পৰিপূৰ্ণ| ২০১৫-২০১৬ বৰ্ষতে মুঠ ৩০,০০০ টকা ব্যয়েৰে কৰা এই প্ৰকল্প আজিও সম্পূৰ্ণ ৰূপ নোপোৱাটো চৰম লজ্জাজনক বিষয়।

Related Articles

Leave a Reply

Close