অসম

জাগীৰোডৰ ম’বাইল টাৱাৰ আজিও নহ’ল মেৰামতি

প্ৰথম খবৰ,জাগীৰোড: জাগীৰোডৰ কুমৈত ম’বাইল টাৱাৰত অগ্নিকাণ্ড হোৱাৰ পাছৰে পৰা আজিলৈকে টাৱাৰ মেৰামতি কৰা দায়িত্ব লোৱা নাই এয়াৰটেল কোম্পানীটোৱে ৷ যাৰফলত বৃহত্তৰ কুমৈৰ ৰাইজে বহুত অসুবিধাত পৰিছে। টাৱাৰটো সোনকালে মেৰামতি নকৰিলে ৰাইজে ভাঙি পেলাবলৈ বাধ্য হ’ব বুলি “প্ৰথম খবৰ”ৰ সাংবাদিকক জানিবলৈ দিয়ে ।

Related Articles

Leave a Reply

Close