অসম

ডিব্ৰুগড় লাহোৱালত অচিনাক্ত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, ডিব্ৰুগড়ঃ ডিব্ৰুগড় লাহোৱালত আজি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উৎকট দুৰ্গন্ধৰ আঁত ধৰি অচিনাক্ত মৃতদেহটো লাহোৱাল ডাকঘৰৰ সমীপত স্থানীয় লোকে উদ্ধাৰ কৰিছে।

Related Articles

Leave a Reply

Close