অসম
তিনিচুকীয়াত মাটিৰ পট্টাৰ দাবীত উত্তাল প্ৰতিবাদ

প্ৰথম খবৰ, মাৰ্ঘেৰিটা: মাটিৰ পট্টা প্ৰদানৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটাৰ ৰাজহ চক্ৰৰ কাৰ্যালয় ঘেৰাও। কাৰ্যসূচীত নেতৃত্ব বহন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অচ্যুত শইকীয়া, জিলা সম্পাদক ৰঞ্জিত দুৱৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি লক্ষ্যজ্যোতি গগৈ, সম্পাদক পাপু দত্ত। মাটিৰ পট্ৰাৰ দাবীত উত্তাল প্ৰতিবাদ।