অসম

দুনীত মদৰ বিৰুদ্ধে আছুৰ অভিযান

প্ৰথম খবৰ,দেওমৰনৈ: দৰং জিলাত মদৰ বিৰুদ্ধে অভিযান ৷ দৰং জিলাৰ দুনীত শিক্ষিত যুৱক-যুৱতী আৰু আছুৰ সদস্য সকলে আজি মদৰ বিৰুদ্ধে অভিযান চলাই চুলাই মদৰ টোপোলা সমূহ ফালি পেলোৱাৰ লগতে ভাবিৰাম ডেকা নামৰ মদ বেপাৰী জনক আঠু কঢ়াই থয়। আজিৰ এই পদক্ষেপক অঞ্চলটোৰ ৰাইজে আদৰণি জনোৱাৰ লগতে ভৱিষ্যতে এনেকুৱা পদক্ষেপ গ্ৰহণ কৰি উঠি অহা যুৱ প্ৰজন্মক মদ নামৰ এই গৰল বিধৰ পৰা বচোৱাৰ বাবে আহ্বান জনাইছে ৷

Related Articles

Leave a Reply

Close