অসম

দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত লংকাৰ উদালী উন্নয়নখণ্ডৰ পঞ্চায়ত

 

প্ৰথম খবৰ,লংকা: ৰাজ্যৰ চাৰিওদিশে এতিয়া মাথো দুৰ্নীতিৰ প্ৰতিযোগিতা | বিয়াগোম  দুৰ্নীতিৰ কৰাল গ্ৰাসত বৰ্তমান ৰাজ্যৰ প্ৰায় সংখ্যক উন্নয়নখণ্ডৰ অধীনস্থ পঞ্চায়ত। ৰাজ্যৰ পঞ্চায়তৰাজত চলি আছে এটাৰ পিছত আনটো বিয়াগোম দুৰ্নীতি। বামুনগাঁও পঞ্চায়তৰ অধীনৰ বিলপাৰা অঞ্চলৰ এটাপথ নিৰ্মাণত চলিছে সীমাহীন দুৰ্নীতি। এই অভিযোগ কৰিছে স্থানীয় ৰাইজে। পঞ্চায়তৰ সভানেত্ৰী ফৰিদা বেগমে উদালি গাঁও পঞ্চায়তৰ প্রায় বোৰ কামতেই এনেদৰে অবাধ দুৰ্নীতি চলাই আছে। আৰ টি আইৰ তথ্যৰ   ভিত্তিত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছত ঘটনা সন্দৰ্ভত ৰাইজে জিলা উপায়ুক্তকো অভিযোগ দিয়ে।  সমগ্ৰ ঘটনা সন্দৰ্ভত জিলা উপায়ুক্ত গৰাকীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

 

Related Articles

Leave a Reply

Close