অসম

দৰঙত তিনি চোৰাং চিকাৰী গ্ৰেপ্তাৰ

প্ৰথম খবৰ,মংগলদৈ: দৰঙৰ ধূলা আৰক্ষীৰ অভিযান। অভিযানত তিনিটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ।
এটা থ্ৰী নট থ্ৰী ৰাইফল আৰু ২৮ জাঁই গুলী উদ্ধাৰ ৷ চোৰাং চিকাৰী তিনিটাৰ ধৰ উদ্যানৰ পাৰ্শৱৰ্তী ৰঙাগৰা পথাৰত। চোৰাং চিকাৰী তিনিটা মইনুল হক, চাহাৰ আলি আৰু নবী হুছেইন। তিনিটাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ বাবে যো জা কৰি আছিল ।

Related Articles

Leave a Reply

Close