অসম

দৰঙত বাঘে আক্ৰমণ কৰিলে শিশুক

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ: দৰং জিলাৰ নিজ ডাঁহীত আজি ৰাতিপুৱা প্ৰাত: ভ্রমণলৈ গৈ থকা অৱস্থাত কণমানি শিশু পৰিস্মৃতা ডেকাক আক্ৰমণ কৰি আঘাত কৰে ৷ লগে লগে চিকিৎসালয় লৈ নিয়ে কণমানিটিক ৷ শিশুটিৰ গালত ৯ টা কৈ চিলাই মাৰিব লগা হয়। বৰ্তমান অঞ্চলটোত বাঘৰ আতংকই বিৰাজ কৰি আছে ৷

Related Articles

Leave a Reply

Close