অসম

ধলপুৰ চি আৰ পি এফ চাউনীত যোগ দিৱস পালন

প্ৰথম খবৰ, ধলপুৰ: ধলপুৰস্থিত চি আৰ পি এফৰ চি-৩০ বেটেলিয়ানে আজি পুৱা আঠ বজাত অান্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে ৷ ধলপুৰ আৰক্ষী চকীৰ চৌহদত উদযাপন কৰা যোগ দিৱসত চি আৰ পি এফ চি-৩০ বেটেলিয়ানৰ সকলো জোৱানে অংশগ্ৰহণ কৰে ৷

Related Articles

Leave a Reply

Close