অসম

নগাওঁৰ কঠিয়াতলীত চোৰ আটক

প্ৰথম খবৰ,কামপুৰ: নগাঁও কঠিয়াতলীত এ টি এমৰ পৰা ধন লুট কৰা দুৰ্বৃত্ত আটক । ধৃত লোক জনৰ নাম আতিকুল ইছলাম । স্থানীয় লোকৰ সহযোগত নীলবাগানৰ পৰা আটক কৰে আৰক্ষীয়ে । যোৱা ১০ মেত কঠিয়াতলী নৃপেন শৰ্মা নামৰ এজন লোকৰ পৰা প্ৰবঞ্চনাৰে ৭৬,৪০০ টকা ATM ৰ পৰা লৈ উধাও হৈছিল ।

Related Articles

Leave a Reply

Close