অসম

নগাওঁৰ দুৰ্ঘটনা স্থানত অগ্নিকাণ্ড

প্ৰথম খবৰ,বঢ়মপুৰ: আউনীআটিৰ টেংকাৰ দূৰ্ঘটনা সংঘটিত স্থানত উত্তপ্ত পৰিস্থিতি। দূৰ্ঘটনা সংঘটিত স্থানত বিয়লি ভয়ংকৰ অগ্নিকাণ্ডৰ সুত্ৰপাত। অগ্নিনিৰ্বাপক বাহিনীৰ অভব্য আচৰণৰ লগতে গাফিলতিৰ অভিযোগ স্থানীয় ৰাইজৰ l অগ্নিকাণ্ডৰ ফলত কেইবা ঘণ্টা ধৰি ব্যাপক যানযঁটৰ সৃষ্টি হয় ৰাষ্ট্ৰীয় ঘাইপথচোৱাত।

Related Articles

Leave a Reply

Close