অসম

নলবাৰীত এন ডি এফ বিৰ কেদাৰ আটক

প্ৰথম খবৰ, নলবাৰী: নলবাৰীৰ ঘগ্ৰাপাৰত এন ডি এফ বিৰ কেদাৰ আটক। কেদাৰ জনৰ পৰা আৰক্ষীয়ে ৭.৬৫ এম এম পিষ্টল এটা ৬ জাই গুলি আৰু দুটা মেকজিন উদ্ধাৰ কৰে। কেদাৰজনৰ নাম মানিক বড়ো ঘৰ টিহু নাথকুছিত বুলি আৰক্ষীয়ে জনাইছে।

Related Articles

Leave a Reply

Close