অসম

নলবাৰীত পৰিত্যাক্ত গাড়ী উদ্ধাৰ

প্ৰথম খবৰ,নলবাৰী: নলবাৰী চহৰৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় চৌহদত কেবাদিনো ধৰি পৰিত্যাক্ত অৱস্থাত থকা স্কৰপিঅ’ গাড়ীখন আজি নলবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে। উল্লেখ্য যে AS01AT-5391 নম্বৰৰ স্কৰপিঅ’ গাড়ী খন আৰক্ষীয়ে চুৰি বুলি সন্দেহ কৰি গাড়ীখন থানালৈ আনি তদন্ত আৰম্ভ কৰিছে ।

Related Articles

Leave a Reply

Close