অসম

নামৰূপত অজগৰ উদ্ধাৰ

প্ৰথম খবৰ, নামৰূপ: নামৰূপৰ তাপবিদ্যুৎ কেন্দ্ৰৰ আৱাসিক এলেকাত আজি এডাল অজগৰ উদ্ধাৰ হয়।  উদ্যোগটোৰ আৱাসিক এলেকাৰ এঘৰত বাৰীৰ পিছফালে থকা পথাৰত  হাঁহ খাই থকা অৱস্থাত গৃহস্থই অজাগৰটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে।বন বিভাগৰ কর্মীয়ে  ১২ কেজি ওজনৰ আৰু ৯ ফুট দীঘল অজগৰটো উদ্ধাৰ কৰি জয়পুৰ সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে।

Related Articles

Leave a Reply

Close