অসম

পুনৰ বন্ধ হৈ পৰিল পাৰ্বত্য জিলালৈ ৰে’ল চলাচল

প্ৰথম খবৰ,লামডিং:  লামডিং-শিলচৰ ৰেল সেৱা পুনৰ স্তব্ধ ৷ ডিমাহাচাও জিলাৰ মোফা আৰু দিহাকোৰ মাজত পুনৰ ভূমিস্খলন হোৱাৰ বাবে বন্ধ হৈ পৰিল ৰে’ল পথ ৷ শিলচৰ পথৰ সকলো ৰে’লসেৱা বাতিল ৷ পুৱা ৫বজাৰ পৰা লামডিঙত আৱদ্ধ হৈ আছে গুৱাহাটী-শিলচৰ পেচেঞ্জাৰ ৰে’ল ৷ যাত্ৰী সকলৰ মাজত হাহাকাৰ ৷

Related Articles

Leave a Reply

Close