অসম

প্ৰথম খবৰৰ বাতৰিৰ প্ৰভাৱ,বৰক্ষেত্ৰীৰ বামুনবড়ীৰ দৃষ্টিহীন মেধাবী ছাত্ৰ নজৰুল আলীক এককালীন সাহাৰ্য্য

প্ৰথম খবৰ,মুকালমুৱা:  বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাই দৃষ্টিহীন ছাত্ৰ নজৰুল আলীক ২০,০০০ হেজাৰ টকাৰ এককালীন সাহাৰ্য্য প্ৰদান কৰে৷ মেধাৱী ছাত্ৰ নজৰুলে হাইস্কুল শিক্ষান্ত পৰিক্ষাত ৬৫.১৬ % সহ মুঠ ৩৯১ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷ অতি দৰিদ্ৰ শ্ৰেণীৰ এই মেধাৱী ছাত্ৰজনৰ বাতিৰ একমাত্ৰ প্ৰথম খবৰত প্ৰচাৰ হৈছিল যোৱা ১ জুনত ৷

Related Articles

Leave a Reply

Close