অসম

প্ৰসংগ: প্ৰথম পৰ্যায়ৰ গুণোৎসৱ, শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

প্ৰথম খবৰ, বাালিপৰা: ৰাজ্যৰ শিক্ষাখণ্ডৰ সংস্কাৰ উদ্দেশ্যৰে বিদ্যালয়সমূহত চলিত বৰ্ষৰ ৪,৫,৬,আৰু ৭ এপ্ৰিলত অনুষ্ঠিত কৰা প্ৰথম প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল ঘোষণা আজি এক সংবাদমেলযোগে ঘোষণা কৰে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ আঠখন জিলাৰ ১২,২৮৬খন বিদ্যালয়ত অনুষ্ঠিত হৈছিল প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। বিশেষ ব্যৱস্থাপনাৰে মূল্যায়ণ কৰা হৈছিল মুঠ ৭,১৫,৯৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক। ফলাফল অনুসৰি, মূল্যায়ন কৰা ৭৭৮খন বিদ্যালয়ক গ্ৰেড এ প্লাছ প্ৰদান, ৬ শতাংশ বিদ্যালয়ক এ প্লাছ প্ৰদান কৰা হৈছে। লগতে,২,৩২৩খন বিদ্যালয়ক গ্ৰেড এ প্ৰদান কৰিছে । ১৯ শতাংশ বিদ্যালয়ক প্ৰদান এ গ্ৰেড ।
৩,১০৭খন বিদ্যালয়ক বি গ্ৰেড প্ৰদান। বি গ্ৰেড প্ৰদান ২৫ শতাংশ বিদ্যালয়ক। গ্ৰেড চি প্ৰদান ৩,২৯৯খন বিদ্যালয়ক ২৭ শতাংশ বিদ্যালয়ক চি গ্ৰেড প্ৰদান।

২,৭৮০খন বিদ্যালয়ক গ্ৰেড ডি প্ৰদান

গ্ৰেড ডি প্ৰদান ২৩ শতাংশ বিদ্যালয়ক

চি, ডি গ্ৰেড ডিগ্ৰী লাভ কৰা ছাত্ৰলৈ বিশেষ পাঠ

প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক দিব শুধৰণিৰ পাঠদান

বিদ্যালয়ত উপস্থিত নাথাকে ২০ শতাংশ ছাত্ৰ

প্ৰথম গুণোৎসৱৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্যসমূহ

Related Articles

Leave a Reply

Close